Logo
image

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

◾ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।
◾সন্ধিয়া ৫.৫৫ বজাত অনুভূত হয় এই ভূঁইকঁপ জোকাৰণি।
◾গুৱাহাটী আৰু উপকণ্ঠীয় অঞ্চলত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।
◾৪.৭ প্ৰাৱ্যলৰ ভূমিকম্পৰ অভিকেন্দ্ৰ তেজপুৰ।