Logo
image

ভূপেন বৰাৰ প্ৰশ্নঃ কাৰ দোষত ছিগিছে ‘শক্তিশালী’ মথাউৰি



উল্লেখ্য, হাতীমুৰা মথাউৰিৰ গাইড বান্ধ ভাঙি কলঙেৰে পানী প্ৰৱাহিত হোৱাৰ ফলত ক্ৰমাৎ নগাঁও-কলিয়াবৰৰ বান পৰিস্থিতি ভয়াৱহ হৈ পৰিছে৷  হাতীমূৰ মথাউৰিৰ গাইড বান্ধ ভাঙি কলঙেৰে হোৰাহোৰে পানী প্ৰৱাহিত হৈছে৷ ফলত সমগ্ৰ কলিয়াবৰ মহকুমাতে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ ধাৱমান হ’বলগীয়া হৈছে গাঁওবাসী৷ ইয়াৰ মাজতে ভূপেন বৰাই মথাউৰি ছিগাকলৈ মন্ত্ৰীক সাঙুৰি কটাক্ষ কৰিছে৷ বৰাই মথাউৰি ছিগাক লৈ উচ্ছ পৰ্যায়ৰ তদন্তৰ দবী কৰিছে৷