Logo
image

তিনিটাকৈ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য

◾ৰাজ্যত তিনিটাকৈ ভূমিকম্পৰ জোকাৰি অনুভূত।

◾পুৱা ৭ বাজি ৫১ মিনিটত প্ৰথমটো ভূমিকম্পৰ জোকাৰি।

◾ৰিখটাৰ স্কেলত ৬.৪ প্ৰাবল্যৰ আছিল প্ৰথমটো জোকাৰণিৰ।

◾ভূগৰ্ভৰ ১৭কিঃমিঃ গভীৰতাত অনুভূত হোৱা জোকাৰণিটোৰ অভিকেন্দ্ৰ শোণিতপুৰ।

◾৮বাজি ৩মিনিটত ৪.৭ প্ৰাবল্যৰ দ্বিতীয়টো ভূকম্পন অনুভূত।

◾ভূগৰ্ভৰ ১৫কিঃমিঃ গভীৰতাত অনুভূত হোৱা জোকাৰণিটোৰ অভিকেন্দ্ৰ শোণিতপুৰ।

◾৮ বাজি ১৩ মিনিটত ৰিখটাৰ স্কেলত ৪ প্ৰাবল্যৰ তৃতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত।

◾ভূগৰ্ভৰ ২০কিঃমিঃ গভীৰতাত অনুভূত হোৱা জোকাৰণিটোৰ অভিকেন্দ্ৰ শোণিতপুৰ।

◾ৰিখটাৰ স্কেলত ৩.৬ প্ৰাবল্যৰ আছিল চতুৰ্থটো ভূমিকম্পৰ জোকাৰণিৰ।

◾৮ বাজি ২৫ মিনিটত ভূগৰ্ভৰ ২৬ কিঃমিঃ গভীৰতাত অনুভূত হোৱা জোকাৰণিটোৰ অভিকেন্দ্ৰ শোণিতপুৰ।

◾৮ বাজি ৪৪ মিনিটত পুনৰ পঞ্চমটো ভূমিকম্পৰ জোকাৰি।

◾ভূগৰ্ভৰ ২৫কিঃমিঃ গভীৰতাত হোৱা ৩.৬ প্ৰাবল্যৰ কম্পনটো অভিকেন্দ্ৰ আছিল শোণিতপুৰ।