ৰাজ্য চৰকাৰৰ পুনৰ নতুন SOP
◾ৰাজ্যৰ ক'ভিডকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ পুনৰ নতুন SOP
◾বুধবাৰ অৰ্থ্যাৎ ১২মে পৰা ৰাজ্যত কাৰ্যকৰী হব এই নতুন নিৰ্দেশনা৷
◾পূৰ্বৰ ৬ বজাৰ পৰিৱৰ্তে দুপৰীয়া ২ বজাৰ পৰা সান্ধ্য আইন।
◾দিনৰ ১ বজাত বন্ধ হ’ব দোকান-পোহাৰ
◾সকলো সাপ্তাহিক বজাৰ ১৫ দিনলৈ বন্ধ থাকিব৷
◾১৫ দিনৰ বাবে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ৷
◾ৰাজহুৱা পৰিবহনত ৩০% যাত্ৰী কঢ়িওৱাৰ অনুমতি৷
◾বিবাহ, ধৰ্মীয় অনুষ্ঠানত ১০ জন লোকৰ অনুমতি৷
◾শেষকৃত্যত থাকিব পাৰিব ১০ জন লোক৷
◾মহিলা,শিশুৰ বাহিৰে বাইকত দুজন আৰোহী নিষিদ্ধ৷
◾ৰেষ্টুৰেণ্টত ১ বজালৈকে গ্ৰাহকক বহি খোৱাৰ অনুমতি৷
◾যুগ্ম-অযুগ্ম নিয়মত চলিব পাৰিব ব্যক্তিগত বাহন।
◾গুৱাহাটী মহানগৰীৰ বাবে ইতিমধ্যে যুগ্ম-অযুগ্মৰ নিৰ্দেশনা জাৰি।
◾১৩ মে’ৰ পৰা এদিন এৰি এদিন চলিব অযুগ্ম নম্বৰৰ বাহন৷
◾১৪ মে’ৰ পৰা এদিন এৰি এদিন চলিব যুগ্ম নম্বৰৰ বাহন৷
অসমৰ সমাজ জীৱন উদং কৰি আতৰি গ'ল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি