Logo
image

ৰাজ্যৰ আৰক্ষীত বৃহৎ ৰদ-বদল

◾ৰাজ্যৰ আৰক্ষী বিভাগত বৃহৎ ৰদ-বদল।

◾মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত আৰক্ষী বিভাগৰ প্ৰথমটো বৃহৎ সাল-সলনি।  

◾ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক সলনি।

◾ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নগাঁৱলৈ বদলি।

◾কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনক শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।

◾যোৰহাটৰ নতুন আৰক্ষী অধীক্ষক হ’ব অংকুৰ জৈন।

◾চিৰাঙৰ আৰক্ষী অধীক্ষক ৰূপে বদলি আইপিএচ বিষয়া গৌৰৱ উপাধ্যায়ক।

◾কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰূপে বদলি ডিব্ৰুগড়ৰ টি পি বিজয় কুমাৰক।

◾হাইলাকান্দিৰ নতুন আৰক্ষী অধীক্ষক হ’ব হামৰেণৰ ৰমনদীপ কৌৰ।

◾বৰপেটাৰ পৰা ৰবীন কুমাৰক গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।

◾কাছাৰৰ আৰক্ষী অধীক্ষক বি এল মীনাক দুৰ্নীতি নিবাৰকৰ আৰক্ষী অধীক্ষক নিযুক্তি।

◾গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি।

◾নগাঁৱৰ পৰা গৌৰৱ অভিজিত্‍ দিলীপক ধুবুৰীলৈ আৰক্ষী অধীক্ষক ৰূপে বদলি।

◾মাজুলীৰ আৰক্ষী অধীক্ষক এন অপৰ্ণাক মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি।

◾গুৱাহাটীৰ অপৰাধ শাখাৰ ডিচিপি বৰুণ পুৰকায়স্থক হোজাইলৈ বদলি।

◾ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্ত চৰাইদেউৰ এছ মিশ্ৰ।

◾গুৱাহাটী পূব মণ্ডলৰ ডিচিপি নিযুক্ত শুভ্ৰজ্যোতি বৰা।

◾গুৱাহাটীৰ অপৰাধ শাখাৰ ডিচিপি নিযুক্ত মোহনলাল মীনা।

◾শোণিতপুৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তক মুখ্য কাৰ্যালয়লৈ বদলি।

◾লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি বেদান্ত মাধৱ ৰাজখোৱাক।

◾তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক ৰূপে বদলি দেৱজিত্ দেউৰীক।

◾মাজুলীৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি গৌতম বৰাক।

◾মানৱেন্দ্ৰ দেৱৰয়ক কাহিলীপাৰাৰ দশম আৰক্ষীৰ কমাণ্ডাৰ নিযুক্তি।

◾বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙক বাক্সাৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি।

◾চিৰাঙৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক চৰাইদেউৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।

◾মাজুলীৰ পৰা লংনিত টেৰাঙক গুৱাহাটীৰ এআইজিপি ৰূপে বদলি।

◾বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি স্বপ্ননীল ডেকাক।

◾বঙাইগাঁৱৰ সুবোধ সোণোৱালক আৰক্ষী অধীক্ষক ৰূপে দক্ষিণ শালমৰালৈ বদলি।

◾যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰক সপ্তম এপিবিএনলৈ বদলি।

◾শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাক বৰপেটালৈ বদলি।

◾বাক্সাৰ হিৰণ্য বৰ্মনক ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি।

◾দৰঙৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি মুখ্য কাৰ্যালয়ত থকা সুশান্ত বিশ্ব শৰ্মাক।

◾ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰিপুল দাসক বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।

◾হামৰেণৰ আৰক্ষী অধীক্ষক নিযুক্ত অজংৰান বসুমতাৰীক।

◾মৰিগাঁৱৰ আৰক্ষী অধীক্ষক নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি।

◾হাইলাকান্দিৰ আৰক্ষী অধীক্ষক পৱীন্দ্ৰ কুমাৰ নাথক নলবাৰীৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি।

লগতে পঢ়কঃ ৰাজ্যৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত সংবাদমেল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ