Logo
image

মহিলাই পুৰুষক দিব নোৱাৰিব মালিচ, জিএমচিৰ নতুন নিৰ্দেশনা

◾গুৱাহাটী পৌৰ নিগমে প্ৰকাশ কৰিছে এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

◾ইউনিচেস্ক পাৰ্লাৰ, স্পা, বিউটি পাৰ্লাৰ, চেলুনৰ বাবে বিশেষ নিৰ্দেশনা।

◾নিৰ্দেশনা উলংঘা কৰিলে ব্যৱস্থা গ্ৰহণ কৰিব পৌৰ নিগমে।

মহিলাই পুৰুষক দিব নোৱাৰিব মালিচ।

◾মহিলাই কেৱল মহিলাকহে দিব পাৰিব মাছাজ।

◾পুৰুষে কেৱল পুৰুষকহে দিব পাৰিব মালিচ থেৰাপি।

◾থাকিব নোৱাৰিব আছুতীয়া কক্ষ অথবা কোঠা।

◾ইউনিচেক্স পাৰ্লাৰ, স্পাৰ প্ৰৱেশদ্বাৰ হ’ব লাগিব স্বচ্ছ।

◾গুৱাহাটীত বিউটিপাৰ্লাৰত চলি থকা অবৈধ কাৰ্য ৰোধৰ বাবে এনে ব্যৱস্থা।

◾স্পা, বিউটিপাৰ্লাৰৰ নামত মহানগৰীত অবৈধ দেহ ব্যৱসায়ৰ অভিযোগ।

◾শেহতীয়াকৈ কেইবাখনো বিউটিপাৰ্লাৰত আৰক্ষীয়ে অভিযান চলাইছিল।

◾অভিযানত ইউনিচেস্ক পাৰ্লাৰ, স্পা, পাৰ্লাৰত অনৈতিক কাৰ্য চলাৰ তথ্য।