Logo
image

চলিত বিত্তীয় বৰ্ষৰ পুঁজি ব্যয় সমীক্ষাৰ আলোচনাত মিলিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

আমাৰ অসম, ১৯ অক্টোবৰঃ চলিত বিত্তীয় বৰ্ষৰ পুঁজি ব্যয় সমীক্ষা কৰাৰ বাবে আলোচনাত মিলিত হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। বিত্ত মন্ত্ৰালয়ৰ ১৪ টা চিপিএচইৰ অধক্ষ্যৰ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু কয়লা মন্ত্ৰালয়ৰ সচিবসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং যোগে আলোচনাত মিলিত হয় বিত্তমন্ত্ৰীগৰাকী।