Logo
image

ভাৰতত প্ৰৱেশ চীনা সৈন্যৰ

  • ভাৰতত প্ৰৱেশ চীনা সৈন্যৰ।
  • লাডাখৰ চুমাৰ-ডেমচোক অঞ্চলত ভাৰতীয় সেনাৰ হাতত আটক চীনা সৈন্য।
  • অজ্ঞাতে সীমা পাৰ হৈ ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ কথা প্ৰকাশ কৰে চীনা সৈন্য জনে।
  • চীনা সৈন্য জনক জেৰা আৰম্ভ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই।
  • নীতি-নিয়ম অনুসৰি পৰৱৰ্তী সময়ত আনুষ্ঠানিকতাৰে উভতাই দিয়া হ’ব চীনা সৈন্যজনক।
  • https://www.facebook.com/watch/?v=358564102052209