Logo
image

১.২ কোটি টকীয়া চাউল কেলেংকাৰী ভাৰতীয় খাদ্য নিগমত

  • ভাৰতীয় খাদ্য নিগমত চাউল কেলেংকাৰী৷
  • BIEO ৰ জালত তিনি চৰকাৰী বিষয়া৷
  • আটক ক্ৰমে, লক্ষেশ্বৰ শইকীয়া, ধিৰীম্ব হাজৰিকা, তিলক চন্দ্ৰ ভট্টাচাৰ্য৷
  • লক্ষেশ্বৰ শইকীয়া বৰ্তমানৰ NF ৰে'লৱেৰ চীফ কমাৰ্চিয়েল মেনেজাৰ(FM) বিপৰীতে ধিৰীম্ব হাজৰিকা, তিলক চন্দ্ৰ ভট্টাচাৰ্য FCI ৰ অৱসৰপ্ৰাপ্ত বিষয়া৷
  • ১.২ কোটি টকীয়া চাউল কেলেংকাৰীৰ এটা গোচৰত অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই গ্ৰেপ্তাৰ কৰে তিনিজনক৷
  • এই বিয়াগোম কেলেংকাৰী সংঘটিত হৈছিল ২০১৩-১৪ চনত৷
  • প্ৰথমে চিবিআই-য়ে এই গোচৰ লৈছিল আৰু পৰৱৰ্তী সময়ত BIEO ক গোচৰটোৰ তদন্তৰ নিৰ্দেশ দিছিল আদালতে৷
  • https://www.facebook.com/watch/?v=680557969529258