Logo
image

ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ ৰায়দান

আমাৰ অসম, ২০ অক্টোবৰঃ ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ ৰায়দান আদালতৰ। ২৫ জন দোষীক শাস্তি ঘোষণা যোৰহাট জিলা সত্ৰ ন্যায়াধীক আদালতৰ। এজন দোষীক মৃত্যুদণ্ড। আন ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ড। সঞ্জয় ৰাজোৱাৰ নামৰ লোকজনক ফাঁচীৰ নিৰ্দেশ আদালতৰ। ন্যায়াধীক ৰবীন ফুকনৰ আদালতে প্ৰদান কৰে এই ৰায়দান। ২০১৯ চনৰ ৩১ আগষ্টত টীয়ক চাহ বাগিচাত সংঘটিত হৈছিল এই হত্যাকাণ্ডৰ ঘটনা।