Logo
image

এইবাৰ আতচবাজী বিহীন দিপাৱলী দিল্লীত

আমাৰ অসম, ০৫ নৱেম্বৰঃ এইবাৰ আতচবাজী বিহীন দিপাৱলী হ’ব দিল্লীত। আগন্তুক দেৱালীত আতচবাজী ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে দিল্লী চৰকাৰে। বৰ্ধিত ক’ৰনা আক্ৰান্ত সংখ্যা আৰু প্ৰদূষণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।