Logo
image

কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙক আটক

আমাৰ অসম, ০৭ নৱেম্বৰঃ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙক আটক দৰং আৰক্ষীৰ। কেইবা গৰাকী ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক কংগ্ৰেছ নেতাক আটক দৰং আৰক্ষীৰ। প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুত বৰদলৈ, বিৰোধী দলৰ উপ-সভাপতি ৰকিবুল হুছেইনৰ লগতে বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, কংগ্ৰেছ নেতা ৰাণা গোস্বামীকো আটক কৰে দৰং আৰক্ষীয়ে। কংগ্ৰেছে কৃষি আইন বাতিলৰ দাবীত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰেক্টৰ ৰেলী উলিওৱাৰ বাবে আটক কৰে দৰং আৰক্ষীয়ে।