Logo
image

বলীউড বা চিনেমা জগতৰ লগত জড়িত কোনো ব্যক্তিৰ বিৰুদ্ধে মানহানিজনক বাতৰি পৰিবেশন কৰিব নোৱাৰিব নিউজ চেনেলসমূহে

আমাৰ অসম, ০৯ নৱেম্বৰঃ এতিয়াৰে পৰা বলীউড বা চিনেমা জগতৰ কোনো সদস্যৰ বিৰুদ্ধে মানহানিজনক বাতৰি পৰিবেশন কৰিব নোৱাৰিব নিউজ চেনেলসমূহে। টাইমচ নাউ আৰু ৰিপাব্লিক টিভিকে ধৰি আন আন নিউজ চেনেল সমূহক এই নিৰ্দেশনা প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। চেনেল সমূহে  তেনে বাতৰি সম্প্ৰচাৰ কৰাৰ লগতে তেওঁলোকৰ চ’ছিয়েল মিডিয়াতো আপলোড কৰিব নোৱাৰিব।