Logo
image

ভাল খবৰ...ঔষধৰ পৰীক্ষণত আৰোগ্য হৈছে কৰ্কট ৰোগী

আমাৰ অসম, ৮ জুনঃ কৰ্কট তথা কেন্সাৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক যুগান্তকাৰী সফলতা লাভ কৰিছে চিকিৎসা বিজ্ঞানীমহলে। বিশেষকৈ ৰেক্টেল কেন্সাৰৰ ক্ষেত্ৰত ডোষ্টাৰলিমাব নামৰ ঔষধ প্ৰয়োগ কৰি এই পৰীক্ষণত সফলতা লাভ কৰিছে বিজ্ঞানীসকলে। নিউয়ৰ্কৰ এটা কেন্সাৰ কেন্দ্ৰই ১৮ জন ৰোগীৰ ওপৰত ৬ মাহ ধৰি চলাইছিল এই পৰীক্ষণ। ইতিহাসত প্ৰথম বাৰৰ বাবে চলোৱা এই পৰীক্ষণত আৰোগ্য লাভ কৰিছে ৰোগীসকলে। এই পৰীক্ষণত প্ৰায় ৮.৫৫ লাখ টকা মূল্যৰ ঔষধত ব্যয় হৈছে।