Logo
image

উৰুকাৰ দিনাই অঘটন : মহানগৰীৰ কাহিলীপাৰাত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল ডেস্ক : মাঘ বিহুৰ উৰুকাৰ দিনাই মহানগৰীৰ কাহিলীপাৰাত ভয়ংকৰ অগ্নিকাণ্ড। জটিয়াৰ পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত হৈছে অগ্নিকাণ্ড। 

অগ্নিকাণ্ডৰ ফলত ৩টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটা বুলি জানিব পৰা গৈছে। প্ৰদীপ ৰাভাৰ ভাৰাতীয়াৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে ঘৰটো। পুৱা ৯ বাজি ১০ মিনিটত সংঘটিত হয় এই অগ্নিকাণ্ড।