Logo
image

ভাৰত ভ্ৰমণ বাতিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ...

আমাৰ অসম, ০৬ জানুৱাৰীঃ ভাৰত ভ্ৰমণ বাতিল কৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে। ব্ৰিটেইনত ক'ৰনা ভাইৰাছৰ নতুন প্ৰকাৰে সৃষ্টি কৰা সংকটৰ পৰিপ্ৰেক্ষতিত ভাৰত ভ্ৰমণ বাতিল কৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আগন্তুক গণৰাজ্য দিৱস দিৱসত অংশগ্ৰহণ কৰা কথা আছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন।