Logo
image

২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ

বুধবাৰে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰে ছেবাই। ১১ মে'ৰ পৰা ১ জুনলৈ অনুষ্ঠিত হ'ব পৰীক্ষা সমূহ।