Logo
image

তিনিচুকীয়াত আৰক্ষীৰ জালত আলফা (স্বাঃ)ৰ দুৰ্ধৰ্ষ সদস্য মিণ্টু মৰাণ

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত এজন আলফা (স্বাঃ) দুৰ্ধৰ্ষ সদস্যক কৰায়ত্ত কৰিছে ৷ ধৃত আলফা সদস্যজন তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত তৰানি গাঁৱৰ মিণ্টু মৰাণ ওৰফে মদন অসম (২৫) বুলি জানিব পৰা গৈছে ৷ মিণ্টু মৰাণে বিগত ২০২১ চনত আলফাত যোগদান কৰিছিল ৷