Logo
image

অসম আহি পালে ক'ভিড-১৯ ভেকচিন ‘ক’ভিশ্বিল্ড’

আমাৰ অসম,১২ জানুৱাৰীঃ অসম আহি পালে ক'ভিড-১৯ ভেকচিন ‘ক’ভিশ্বিল্ড’। মঙলবাৰে গুৱাহাটী বিমানবন্দৰ আহি পালে পুনেৰ ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা ক'ভিড-১৯ ভেকচিন ‘ক’ভিশ্বিল্ড’ৰ প্ৰথমটো পেকেজ। এটা পেকেজ তথা কনচাইনমেণ্টত ২ লাখ পালি ক'ভিড-১৯ ভেকচিন আছে। প্ৰথমটো পেকেজত অসম আৰু মেঘালয়ৰ বাবে অনা হৈছে ক'ভিড-১৯ ভেকচিন। উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্য সমূহৰ বাবে পৰৱৰ্তী পৰ্যায়ত অনা হব ভেকচিন।