Logo
image

গোলাঘাটৰ তেলেলীতলৰ সমীপৰ নোগোৰা আলিত পথ দুৰ্ঘটনাঃ নিহত ১

গোলাঘাটৰ তেলেলীতলৰ সমীপৰ নোগোৰা আলিত  ভয়ংকৰ পথ দুৰ্ঘটনাত এজন নিহত।

As-05 R 7262 পালছাৰ বাইকেৰে গোলাঘাটৰ দিশৰ পৰা গৈ আছিল।

বিপৰীত দিশৰ পৰা অহা এখন অচিনাক্ত গাড়ীয়ে যুৱকজনক খুন্দিয়াই পলায়ন কৰে।

দুৰ্ঘটনাত থিতাতে নিহত হয় যুৱকজন।

ঘটনাস্থলীত ফৰকাটিং থানাৰ আৰক্ষী আৰু গোলাঘাটৰ যানবাহন শাখাৰ আৰক্ষী উপস্থিত৷ 

নিহত যুৱকজন দৈয়াং চাহ বাগিছাৰ মণ্টু গড় বুলি জানিব পৰা গৈছে।