Logo
image

সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যু

ডিজিটেল সংবাদ, সোণাৰিঃ সোণাৰিৰ সমীপৰ ভজো মাজ পথাৰত শুকুৰবাৰে দুপৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাত সংঘটিত হয়৷ এখন নেক্সা এক্স এল এচ-(এ এচ ০৬ এজি ০৪৭৭) বাহনে জামিলা খাতুন নামৰ মহিলা এগৰাকীক খুন্দা মৰাত থিতাতে নিহত হয় মহিলাগৰাকী। দুৰ্ঘটনা সংঘটিত কৰি বাহনখনৰ চালকজনে পলায়ন কৰে। পৰৱতী সময়ত বাহনখনৰ চালকজনে সোণাৰি থানাত আত্মসৰ্মপন কৰে।