Logo
image

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী...

◾দেওবাৰে মুখ্যমন্ত্ৰী হিচাবে হিমন্তবিশ্ব শৰ্মাৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা।

◾কাইলৈ দুপৰীয়া ১২ বজাত বিধানসভাৰ সচিবালয় কক্ষত নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা।

◾বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজেই হিমন্তবিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰিব। 

◾উক্ত প্ৰস্তাৱ বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সমৰ্থন কৰাৰ কথা।

লগতে পঢ়কঃ দেশত ঘণ্টাত ১৫০জনৰ কৰ’নাত মৃত্যু

◾ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীৰ পৰা সেউজ সংকেত লাভ কৰিছে হিমন্তবিশ্ব শৰ্মাৰ প্ৰতি।

◾দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰো সমৰ্থন লাভ হিমন্তবিশ্ব শৰ্মাৰ। 

◾সোমবাৰে শপত গ্ৰহণৰ প্ৰস্তুতি নতুন মুখ্যমন্ত্ৰীৰ।

◾বিধায়িনী দলৰ বৈঠক নোহোৱা পৰ্যন্ত দলৰ কোনো নেতাক নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত মন্তব্য নকৰিবলৈ নিৰ্দেশ ৰাষ্ট্ৰীয় নেতৃত্বৰ।

লগতে পঢ়কঃ এখন এখনকৈ বন্ধ হৈছে চাহ বাগিচা