টকিঅ’ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক
◾টকিঅ’ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক লাভ।
◾মণিপুৰৰ মিৰাবাঈ ছানুৰ জৰিয়তে ভাৰতলৈ আহিল প্ৰথমটো পদক।
◾ভাৰোত্তোলনত ৰূপৰ পদক লাভ মিৰাবাঈ ছানুৰ।
◾৪৯ কেজি ভাৰোত্তোলন শাখাত মিৰাবাঈ লাভ কৰিলে এই পদক।
◾উত্তৰ-পূব সীমান্ত ৰে’লৱেত কৰ্মৰত মণিপুৰৰ মীৰাবাঈ ছানু।
◾গুৱাহাটীত কৰ্মৰত মীৰাবাঈ ছানু।
◾মীৰাবাঈলৈ অভিনন্দন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ।
◾অভিনন্দন জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।