Logo
image

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ নীতিশ কুমাৰৰ

আমাৰ অসম, ১৬ নৱেম্বৰঃ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাবে শপত ললে জেডিইউৰ মুৰব্বী নীতিশ কুমাৰে। একেৰাহে চতুৰ্থবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। সোমবাৰে পাটনাৰ ৰাজ্যপালৰ ভৱনত বিয়লি ৪.৩০ বজাত নীতিশ কুমাৰে পৰৱর্তী মুখ্যমন্ত্রী হিচাপে আনুষ্ঠানিকভাৱে শপতগ্রহণ কৰে।