Logo
image

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত "আমাৰ অসম"ৰ ডেপুটি এডিটৰ গৌতম শৰ্মা আৰু আব্দুল চাজিদক সম্বৰ্ধনা

আমাৰ অসম, ১৬ নৱেম্বৰঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত "আমাৰ অসম"ৰ ডেপুটি এডিটৰ গৌতম শৰ্মা আৰু আব্দুল চাজিদক সম্বৰ্ধনা। গুৱাহাটী প্ৰেছ ক্লাৱত আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন(আপক)য়ে অনুষ্ঠিত কৰা এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তকে ধৰি যথেষ্ঠসংখ্যক সংবাদজগতৰ লগত জড়িত ব্যক্তি।