Logo
image

বিটিচি নিৰ্বাচনৰ দিন ঘোষণা

  • বিটিচি নিৰ্বাচনৰ দিন ঘোষণা।
  • দুটা পৰ্য্যায়ত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন।
  • ৭ ডিচেম্বৰত বাক্সা আৰু ওদালগুৰি জিলাত ভোটগ্ৰহণ।
  • কোকৰাঝাৰ আৰু চিৰাং জিলাত ১০ ডিচেম্বৰত ভোটগ্ৰহণ।
  • পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ হ’ব ভোটগ্ৰহণ।
  • পৰিস্থিতি সাপেক্ষে ৮ আৰু ১১ ডিচেম্বৰত অনুষ্ঠিত হ’ব পুনৰ ভোটগ্ৰহণ।
  • ১২ ডিচেম্বৰত হ’ব ভোটগণনা।
  • https://youtu.be/bXByceiy-xs