Logo
image

আৰম্ভ হ’ল মালাবাৰ-২০২০

আমাৰ অসম, ১৭ নৱেম্বৰঃ আৰম্ভ হ’ল মালাবাৰ-২০২০ নৌ-অনুশীলন। ১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈকে উত্তৰ আৰৱ সাগৰত অনুষ্ঠিত হৈছে এই নৌ-অনুশীলন। এই অনুশীলনত ভাৰতকে ধৰি মাৰ্কিন যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াই অংশগ্ৰহণ কৰিছে।