Logo
image

ব্ৰহ্মপুত্ৰ পাৰঘাটৰ বিপৰীতে ঘৰতে ছট পূজা আয়োজন...

আমাৰ অসম, ২০ নৱেম্বৰঃ ব্ৰহ্মপুত্ৰ পাৰঘাটৰ বিপৰীতে ঘৰতে ছট পূজা আয়োজন ডিব্ৰুগড়ত। ক’ভিড সংক্ৰমণৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰৰ পৰা হ’ব পৰা সাম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ নিৰ্দেশত ঘৰৰ চৌহদতে ছট পূজা পালন ডিব্ৰুগড়ত।