Logo
image

সপত্নীক পৰিয়াল সহ জিএমচিএইছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আমাৰ অসম, ২৩ নৱেম্বৰঃ পত্নী ৰিণিকী ভূঞা শৰ্মা, পুত্ৰ নন্দিল আৰু কণ্যা সুকন্যাৰ সৈতে জি এম চি এইছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আশু আৰোগ্য কামনা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে পৰম পিতাৰ ওচৰতো প্ৰাৰ্থনা জনায় পৰিয়ালটিয়ে।