Logo
image

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সকলো চৰকাৰী কাৰ্য্যসূচী বাতিল

আমাৰ অসম, ২৩ নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সকলো চৰকাৰী কাৰ্যসূচী বাতিল। ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰীগৰাকী৷