Logo
image

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক দিয়া হৈছে মিউজিক থেৰাপী।

আমাৰ অসম, ২৩ নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক দিয়া হৈছে মিউজিক থেৰাপী। জুবিন গাৰ্গৰ পৰামৰ্শ আনুযায়ী তেখেতক এই থেৰাপীৰ ব্যৱস্থা কৰিছে জিএমচিএইচছ কৰ্তৃপক্ষই। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী শুনোৱা হৈছে ভূপেন হাজৰিকাৰ গীত, বৰগীত, প্ৰাৰ্থনা। ইন্দিৰা গান্ধী,ৰাজীৱ গান্ধী ৰ পুৰণি ভাষণো শুনোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। এই কথা প্ৰকাশ কৰিছে সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে।