Logo
image

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান

আমাৰ অসম, ২৩ নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান। জিএমচিএইছত ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৮৬ বছৰীয়া অসমৰ জনপ্ৰিয় আৰু দক্ষ্য ৰাজনীতিক গৰাকীয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ।