Logo
image

জানো আহক প্ৰকৃত ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে

◾হাতেবোৱা বা মেচিনত বোৱা

◾খাদী, কপাহ, ঊণ, পলিয়েষ্টাৰ বা ছিল্কেৰে তৈয়াৰী

◾শ্ৰদ্ধা-সন্মানসহকাৰে যিকোনো দিনত ৰাজহুৱা বা ব্যক্তিগত স্থানত আৰু বিশেষ উপলক্ষত নিৰ্দিষ্ট দিনত উত্তোলন

◾দিনত উত্তোলন কৰা পতাকা সূৰ্যাস্তৰ পাছতো উৰাই ৰাখিব পাৰিব

◾পতাকাৰ নিৰ্দিষ্ট আকৃতি নাই যদিও দৈৰ্ঘ্য আৰু উচ্ছতাৰ অনুপাত হ’ব লাগিব ৩:২

◾ফটা-চিটা পতাকা উত্তোলন কৰিব নোৱাৰি

◾জাতীয় পতাকাতকৈ উচ্ছতাত বা সমউচ্ছতাত আন পতাকা উত্তোলন কৰিব নোৱাৰি