Logo
image

সাজু হওক : শীঘ্ৰেই APDCLত হ'ব বৃহৎ নিযুক্তি

♦ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকললৈ সুখবৰ৷
♦ শীঘ্ৰেই APDCLত হ'ব বৃহৎ নিযুক্তি৷
♦ বিজুলী ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ লগতে অভিযন্তা পদতো দিয়া হ'ব নিযুক্তি৷ 
♦ শীঘ্ৰেই ২ হাজাৰ নিযুক্তিৰ বাবে প্ৰকাশ কৰা হ'ব বিজ্ঞাপন৷
♦ উল্লেখ্য এইবাৰ APSC-এ অনুষ্ঠিত কৰিব নিযুক্তি পৰীক্ষা৷