Logo
image

ডিব্ৰুগড় বি:বি:ৰ পাছত অসম চিকিৎসা মহাবিদ্যালয়ত ৰেগিং কাণ্ড : ৬ মাহৰ বাবে দুই ছাত্ৰক বহিষ্কাৰ

ডিজিটেল ডেস্ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং বিতৰ্ক মাৰ নৌযাওতেই পোহৰলৈ আহিছে আন এক ভয়ংকৰ ৰেগিং কাণ্ড৷  এইবাৰ অসম চিকিৎসা মহাবিদ্যালয়ত ৰেগিং কাণ্ড সংঘটিত হৈছে৷ দুগৰাকী জ্যেষ্ঠ ছাত্ৰই নৱাগত ছাত্ৰক ৰেগিং কৰাৰ ঘটনা পোহৰলৈ আহিছে৷

ৰেগিঙৰ ঘটনা পোহৰলৈ অহাৰ পিছত অসম চিকিৎসা মহাবিদ্যালৰ অস্থি ৰোগ বিভাগৰ দুয়োগৰাকী ছাত্ৰক বহিষ্কাৰ হৈছে৷ ছয় মাহৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই হোষ্টেল আৰু মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিছে ডা: চয়ন মুখাৰ্জী আৰু ছাকেট চৰফক৷