Logo
image

গুৱাহাটীৰ চানমাৰিত মৃতদেহ উদ্ধাৰৰ ঘটনাঃ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য

গুৱাহাটীৰ চানমাৰিত মৃতদেহ উদ্ধাৰৰ ঘটনাৰ নতুন তথ্য৷
আমদাদুল ইছলামৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য৷
দাৰে আক্ৰমণ কৰা হৈছিল আমদাদুলক ইছলামক৷
জীৱত অৱস্থাতে হত্যাকাৰীয়ে বস্তাত ভৰাইছিল আমদাদুলক৷ 
অক্সিজেনৰ অভাৱত বস্তাৰ ভিতৰতে মৃত্যু হৈছিল কিন্নৰৰূপী যুৱকজনৰ৷
হত্যাৰ পূৰ্বে হত্যাকাৰীৰে মিলি আহাৰো গ্ৰহণ কৰিছিল আমদাদুলে৷
দাৰে ঘপিওৱাৰ সময়ত আমদাদুলৰ ডিঙিৰে ওলাই আহিছিল ভাত৷