Logo
image

মিজোৰামত জেডপিএমৰ চৰকাৰ

ডিজিটেল ডেস্কঃ মিজোৰামত শাসনাধিষ্ঠ দল এমএনপিক পৰাস্ত কৰি জয় লাভ কৰিলে জেডপিএমে। ৪০ খন আসনযুক্ত বিধানসভাত জেডপিএমে ২৭ খন, এমএনপিয়ে ১০ খন, বিজেপিয়ে ২ খন আৰু কংগ্ৰেছে এখন আসন লাভ কৰিবলৈ সক্ষম হয়।