Logo
image

অসমত অনুষ্ঠিত নহয় উপ- নিৰ্বাচন

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ অসমত অনুষ্ঠিত নহয় উপ- নিৰ্বাচন। মংগলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে সদৰি কৰে এই কথা। অসমৰ শিৱসাগৰ আৰু ৰঙাপাৰা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱাৰ কথা আছিল উপ- নিৰ্বাচন। মুখ্য সচিব আৰু নিৰ্বাচনী বিষয়াৰ তথ্যৰ ভিত্তিত দেশৰ নিৰ্বাচন আয়োগে গ্ৰহণ কৰে এই সিদ্ধান্ত। অসমৰ লগতে পশ্চিম বংগ, কেৰেলা আৰু তামিলনাডুৰ ক্ষেত্ৰটো এই স্থগিতাদেশ নিৰ্বাচন আয়োগৰ ।