Logo
image

’দৃষ্টি’ৰ শুভমোহৰত

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ আহিব লগীয়া নতুন ছবি ’দৃষ্টি’ৰ শুভমোহৰত। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে। বি.ৰয়ৰ প্ৰযোজনাত আৰু কুলদ্বীপ বৰাৰ পৰিচালনাত মুক্তি পাবলগীয়া এই ছবিখনৰ শুভমোহৰত অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকী শিল্পীৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি।