Logo
image

জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস আৰু নাই

◾শেষ নিশ্বাস ত্যাগ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ।

◾সন্ধিয়া ৭ বাজি ৫ মিনিটত চিৰদিনৰ বাবে বিদায় মাগিলে ভিতালী দাসে।

◾ক'ভিড-১৯ত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত কালাপাহাৰ ক'ভিড হাস্পতালত চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পীগৰাকী।

◾তেওঁ লগতে মধুমেহ ৰোগতো আক্ৰান্ত হৈ আছিল।

◾জানমণি,অঞ্জনাৰ দৰে জনপ্ৰিয় বিহু এলবামৰ লগতে বহুতো জনপ্ৰিয় আধুনিক গীতত কণ্ঠ নিগৰাইছিল ভিতালী দাসে।