Logo
image

ৰাজ্যৰ প্ৰশাসনৰ বৃহৎ সিদ্ধান্ত

◾ৰাজ্যৰ প্ৰশাসনৰ বৃহৎ সিদ্ধান্ত।

◾পূৰ্বৰ ৬ বজাৰ পৰিৱৰ্তে দিনৰ ২ বজাতেই বন্ধ কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠান।

◾বিয়লি ৬ বজাৰ পিছত বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক।

◾অত্যাৱশ্যকীয় সেৱাত জড়িতলোকৰ বাহিৰে বাকীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম।

◾পূৰ্বৰ ৮ বজাৰ বিপৰীতে ৬ বজাৰ পৰাই নৈশ সান্ধ্য আইন।

◾সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন।

◾বুধবাৰৰ পৰা ৰাজ্যত এই নতুন নিয়ম কাৰ্যকৰী হোৱাৰ সম্ভাৱনা।