Logo
image

ৰাজ্যৰ শীৰ্ষ পৰ্যায়ৰ আমোলাৰ ৰদ-বদল

◾ৰাজ্যৰ শীৰ্ষ পৰ্যায়ৰ আমোলা-বিষয়াৰ বৃহৎ সাল-সলনি।

◾মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ আমোলা-বিষয়াৰ প্ৰথমটো বৃহৎ ৰদ-বদল।

◾২০খনকৈ জিলাৰ উপায়ুক্তক ৰদ-বদল।

◾আয়ুষ গাৰ্গক বাক্সাৰ উপায়ুক্ত ৰূপে নিযুক্তি।

◾তেজ প্ৰসাদ ভূষলক বৰপেটাৰ উপায়ু্ক্ত ৰূপে বদলি।

◾বিনীতা পেগুক চৰাইদেউৰ উপায়ুক্ত ৰূপে নিযুক্তি।

◾নৰেন্দ্ৰ কুমাৰ শ্বাহক চিৰাঙৰ উপায়ুক্ত ৰূপে নিযুক্তি।

◾প্ৰভাতী থাওচেনক দৰঙৰ উপায়ুক্ত ৰূপে বদলি।

◾পি বিজয় ভাস্কৰ ৰেড্ডী হ’ব ধেমাজিৰ উপায়ুক্ত।

◾আন্বামুথন এমপিক ধুবুৰীৰ উপায়ুক্ত নিযুক্তি।

◾মীনাক্ষি দাস নাথক গোৱালপাৰাৰ উপায়ুক্ত ৰূপে বদলি।

◾মানৱেন্দ্ৰ প্ৰতাপ সিঙক গোলাঘাটৰ উপায়ুক্ত ৰূপে বদলি।

◾ৰোহণ কুমাৰ ঝাক হাইলাকান্দিৰ উপায়ুক্ত ৰূপে নিযুক্তি।

◾অশোক কুমাৰ বৰ্মন হ’ব যোৰহাটৰ পৰৱৰ্তী উপায়ুক্ত।

◾সুমিত সাত্তৱানক লখিমপুৰৰ উপায়ুক্ত ৰূপে বদলি

◾মেঘনিধি দাহালক কোকৰাঝাৰৰ উপায়ুক্ত ৰূপে নিযুক্তি।

◾খৰ্গেশ্বৰ পেগুক কৰিমগঞ্জৰ উপায়ুক্ত ৰূপে বদলি।

◾গীতিমণি ফুকনক নলবাৰীৰ উপায়ুক্ত ৰূপে বদলি।

◾পাৱাৰ নাৰসিং চম্ভাজিক তিনিচুকীয়াৰ উপায়ুক্ত ৰূপে বদলি।

◾হিভাৰে নিসৰ্গ গৌতমক দক্ষিণ শালমৰাৰ উপায়ুক্ত ৰূপে নিযুক্তি।

◾পবিত্ৰ ৰাম খাউণ্ড হ’ব শোণিতপুৰৰ উপায়ুক্ত।

◾ড০ পি উদয় প্ৰবীণক ওদালগুৰিৰ উপায়ুক্ত ৰূপে নিযুক্তি।

◾উত্‍পলা শইকীয়াক পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত ৰূপে বদলি।