
নিমাতীঘাটত ভয়াৱহ ফেৰী দুৰ্ঘটনা
◾যোৰহাটৰ নিমাতীঘাটত সংঘটিত হৈছে ভয়ংকৰ ফেৰী দুৰ্ঘটনা।
◾নিমাতীঘাটৰ পৰা মাজুলী অভিমুখে গৈ আছিল ফেৰীখন।
◾নিমাতীঘাটত ‘মা কমলা’ নামৰ ফেৰীখন দুৰ্ঘটনাগ্ৰস্ত।
◾দুখন ফেৰীৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা।
◾প্ৰায় ১২০ জন যাত্ৰী আছিল দুৰ্ঘটনাগ্ৰস্ত ফেৰীখনত।
◾বৰ্তমানেও ব্ৰহ্মপুত্ৰত সন্ধানহীন শতাধিক লোক।
◾প্ৰায় ১০০ যাত্রী ডুব যোৱাৰ আশংকা।
◾ডুব যোৱা ফেৰীখনত আছিল ৫ খনকৈ গাড়ী।
◾আটাইকেইখন গাড়ী ডুব গৈছে ব্ৰহ্মপুত্ৰত।
◾এই পৰ্যন্ত ৩২ গৰাকী যাত্ৰীক উদ্ধাৰ।