Logo
image

সুৰা বিক্ৰীত অভিলেখ

আমাৰ অসম, ১৮ ছেপ্টেম্বৰঃ অসমত সুৰা বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ গঢ়িছে। গুৱাহাটীত সুৰা বিক্ৰীৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। বিশ্বকৰ্মা পূজাৰ দিনা গুৱাহাটীত ৩ কোটি ৭০ লাখ টকাৰ সুৰা বিক্ৰী হৈছে। সন্ধিয়া ৮ বজাত সুৰা বিপণি বন্ধ হ'লেও কোটি কোটি টকাৰ ঘৰত সুৰা বিক্ৰী হৈছে ৰাজ্যত।