Logo
image

বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ

◾কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ।

◾দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক।

◾শ্বহীদৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে।

◾শ্বহীদক অপমান কৰা গোচৰত গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে।

◾বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ কৰিছিল বিভিন্ন দল-সংগঠনে।

◾ৰাজ্যৰ কেইবাখনো আৰক্ষী থানাত এজাহাৰ দাখিল হৈছিল শ্বেৰমান আলীৰ বিৰুদ্ধে।

◾হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই দাখিল কৰিছিল এজাহাৰ৷

◾যোৰহাট জিলা ছাত্ৰ সন্থাও দাখিল কৰিছিল এখন এজাহাৰ৷

◾ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিধায়ক গৰাকীৰ প্ৰতিকৃতি জ্বলাইছিল দল-সংগঠনে৷