পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা
◾পুনৰ গ্ৰেপ্তাৰ হ’ল ৰাজকন্যা বৰুৱা।
◾মেডিকেল বৰ্ডৰ প্ৰতিবেদনৰ পিছতেই গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা।
◾GNRCহাস্পতালৰ পৰা গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱাক।
◾GNRC কৰ্তৃপক্ষও আহিব পাৰে তদন্তৰ আওতালৈ।
◾সুৰাসক্ত মডেল ৰাজকন্যাৰ বিৰুদ্ধে নতুনকৈ ৩০৮ ধাৰা ৰুজু।
◾নতুন ধাৰা অনুসৰি ৭ বছৰ পৰ্যন্ত জে’ল হ’ব পাৰে ৰাজকন্যাৰ।
◾অভিনয় কৰি এইবাৰ সাৰিব নোৱাৰিল মডেল ৰাজকন্যা বৰুৱা।
◾ৰাজকন্যাৰ কোনো অসুস্থতা নাপালে GMCHৰ মেডিকেল বৰ্ডে।
◾৬জনীয়া মেডিকেল বৰ্ডে কৰিছিল পুনৰ স্বাস্থ্য পৰীক্ষা।
◾বৰ্ডৰ প্ৰতিবেদনৰ ভিত্তিত পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা।
◾GNRCৰ ICUত ভৰ্তি হৈ আছিল ৰাজকন্যা বৰুৱাৰ।
◾মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পাছতেই তৎপৰ মহানগৰ আৰক্ষী।
◾ৰাজপথত কৰ্মৰত ৮জনকৈ শ্ৰমিক পথচাৰীক মহটিয়াইছিল ৰাজকন্যাই।
◾শনিবাৰে নিশা গুৱাহাটীৰ ৰুক্মিনী গাঁৱত বিলাসী বাহনেৰে মহটিয়াইছিল ৰাজকন্যা বৰুৱাই।