Logo
image

পুনৰ বিতৰ্কত কংগনা

◾পুনৰ বিতৰ্কৰ আৱৰ্ত্তত বলিউড অভিনেত্ৰী কংগনা ৰাণাৱট

◾এইবাৰ বাপুজীক সমালোচনা কৰি বিতৰ্কত অভিনেত্ৰী কংগনা

◾জাতিৰ পিতা মহাত্মা গান্ধীক তীব্ৰ সমালোচনা কুইন কংগনাৰ 

◾এখন গালত চৰ মাৰিলে, আনখন গাল পাতি দি স্বাধীনতা লাভ কৰা নাযায়ঃ কংগনা

◾এনেদৰে কেৱল ভিক্ষাহে পোৱা যায়, স্বাধীনতা নহয়ঃ কংগনা

◾গান্ধীয়ে কেতিয়াও ভগত সিং বা নেতাজী সুভাষ চন্দ্ৰ বসুক সমৰ্থন কৰা নাছিলঃ কংগনা

◾মহাত্মা গান্ধীয়ে ভগত সিঙক ফাঁচী দিয়াটো বিচাৰিছিলঃ কংগনা ৰানাৱট