Logo
image

World Food Programme লৈ ২০২০ বৰ্ষৰ শান্তিৰ নোবেল

আমাৰ অসম, ০৯ অক্টোবৰঃ ২০২০ বৰ্ষৰ শান্তিৰ নোবেল বঁটা বিশ্ব খাদ্য কাৰ্য্যসূচী (World Food Programme) ক প্ৰদান। ক্ষুধাৰ মোকাবিলা কৰাৰ প্ৰচেষ্টাৰ বাবে, সংঘাত প্ৰভাৱিত অঞ্চলত শান্তিৰ বাবে, ক্ষুধাক প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টাত এক চালিকা শক্তি হিচাপে, যুদ্ধ আৰু সংঘাতৰ অস্ত্ৰৰ দৰে কাম কৰাৰ বাবে WFP ক ২০২০ বৰ্ষৰ এই শান্তিৰ নোবেল বঁটা প্ৰদান। বিশ্বৰ ১০০ নিযুতৰো অধিক ভোকাতুৰ শিশু, মহিলা আৰু পুৰুষক খাদ্য আৰু সহায়ৰ বাবে প্ৰত্যেক দিনাই  WFP ৰ কৰ্মচাৰী সকলে কৰা আহোপুৰুষাৰ্থ কৰ্মৰ বাবে এই স্বীকৃতি।