Logo
image

অসম আৰক্ষীত ৰদবদল

  • গুৱাহাটীৰ যানবাহন শাখাৰ DCP মায়াংক কুমাৰক কৰিমগঞ্জৰ SP হিচাপে বদলি
  • কৰিমগঞ্জৰ SP কুমাৰ সঞ্জিত কৃষ্ণক বৰপেটাৰ FRRO ৰ SP হিচাপে দায়িত্ব
  • গুৱাহাটীৰ যানবাহন শাখাৰ ADCP প্ৰাণজিৎ বৰাক গুৱাহাটীৰ যানবাহন শাখাৰ DCP হিচাপে দায়িত্ব
  • অসম আৰক্ষীৰ অপৰাধ শাখাৰ ADCP নৱনীত মহন্তক গুৱাহাটী পশ্চিমৰ DCP হিচাপে দায়িত্ব
  •  https://www.facebook.com/watch/?v=738494286732462