Logo
image

মুকলি হ'ল ১০০ টকাৰ মুদ্ৰা

আমাৰ অসম, ১২ অক্টোবৰঃ সোমবাৰে মুকলি কৰা হয় ১০০ টকাৰ মুদ্ৰা৷ ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকীত মুকলি কৰা হয় এই স্মাৰক মুদ্ৰা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে এই নতুন মুদ্ৰা৷ বিজয়া ৰাজে সিন্ধিয়া গোৱালিয়ৰৰ ৰাজমাতাৰূপে জনাজাত৷ জনসংঘ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংস্থাপক সদস্য আছিল বিজয়া ৰাজে সিন্ধিয়া৷